January 22, 2025 12:33 PM

views 32

দ্বীপৰাষ্ট্র ফেডাৰেটেড ষ্টেট্‌ছ অৱ মাইক্ৰ’নেছিয়া ভ্ৰমণ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

পশ্চিম প্রশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্র ফেডাৰেটেড ষ্টেট্‌ছ অব্ মাইক্ৰ’নেছিয়া চমুকৈ এফ এছ এম ভ্ৰমণৰত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই গণৰাজ্যখনৰ ৰাষ্ট্ৰপতিয়ে আয়োজন কৰা অভ্যর্থনাত অংশ লৈ অসমৰ বড়ো জনগোষ্ঠীৰ হস্ততাঁত শিল্পৰ বিষয়ে উল্লেখ কৰে। কেন্দ্ৰীয় হস্ততাঁত বস্ত্র দপ্তৰৰো ৰাজ্যমন্ত্ৰীগৰাকীয়ে বড়ো জনগোষ্ঠীৰ আৰ’নাইখনৰ ঐতিহ্যৰ বিষয়ে তেওঁলোকক অৱগত কৰে। ইয়াৰ আগেয়ে মন্ত্ৰীগৰাকীয়ে এফ এছ এমৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ লগতে দেশখনৰ কেবিনেট মন্ত্ৰীসকলৰ লগত আলোচনাত মিলিত...