October 24, 2024 1:09 PM

views 32

সমৰ্থ আঁচনিৰ অধীনত দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচীত পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

আজি সমৰ্থ আঁচনিৰ অধীনত দক্ষতা বিকাশৰ প্ৰশিক্ষণ আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত মন্ত্ৰ্যালয়ৰ অধীনত আৰণ্যবিদ্যা আঁচনিৰ বাবে গুৰু-শিষ্য হস্তশিল্প প্রশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। কাজিৰঙাৰ কঁহৰা সন্মিলন কক্ষত কাষৰীয়া অঞ্চলৰ বাসিন্দাৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীৰ মুকলি অনুষ্ঠানত বস্ত্ৰশিল্প আৰু বিদেশ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা মুখ্য অতিথি ৰূপে উপস্থিত থকাৰ লগতে অতুল বৰা, কেশৱ মহন্তকে ধৰি কেইবাগৰাকীও মন্ত্ৰী তথা সাংসদ উপস্থিত থাকিব। উল্লেখ্য যে থলুৱা কাৰ...