June 6, 2025 12:53 PM

views 31

অহা ৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া অমৰ নাথ যাত্ৰাৰ বাবে অপাৰেছন শিৱা আৰম্ভ

জম্মু-কাশ্মীৰত সেনা বাহিনীয়ে অহা ৩ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া ৩৮ দিনীয়া অমৰ নাথ যাত্ৰাৰ সম্পূৰ্ণ নিৰাপত্তাৰ প্ৰতি দৃষ্টি ৰাখি এক বিস্তৃত নিৰাপত্তা পদক্ষেপ হিচাপে অপাৰেছন শিৱা আৰম্ভ কৰিছে। যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাকে ধৰি শেহতীয়া নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, জম্মু-কাশ্মীৰ আৰক্ষী আৰু শ্ৰীঅমৰনাথ জী তীৰ্থ পৰিষদৰ উদ্যোগত সেনা বাহিনীয়ে তীর্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। অপাৰেচন শিৱা...