August 23, 2025 8:41 PM

views 15

মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাটো বিগত ১১ বছৰত কৰা মহানতম সংস্কাৰঃ মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্র সিং

মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্র সিঙে মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাটো বিগত ১১ বছৰত কৰা মহানতম সংস্কাৰ বুলি অভিহিত কৰিছে। আজি নতুন দিল্লীত আয়োজিত দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাৰ ফলত দেশত উদ্ভাৱন আৰু উদ্যমশীলতা নতুন ঢৌৰ সৃষ্টি হৈছে। এসময়ত অকল চৰকাৰৰ নেতৃত্বৰ প্ৰকল্পৰ বাবে সীমিত ভাৰতবৰ্ষত সম্প্রতি শ শ ষ্টার্টআপ প্রতিষ্ঠান আন্তঃগ্রহ অন্বেষণৰ লগতে দৈনন্দিন প্ৰশাসনৰ সম্ভাব্য এপ্লিকেচনৰ সৈতে ন ...