July 13, 2026 12:47 PM

views 23

মণিপুৰত প্ৰথম বিষ্ণুপুৰ জিলা অলিম্পিক গেমছৰ সামৰণি

মণিপুৰত বিষ্ণুপুৰ জিলা প্ৰশাসন আৰু বিষ্ণুপুৰ জিলা অলিম্পিক সন্থাৰ উদ্যোগত আয়োজিত প্ৰথম বিষ্ণুপুৰ জিলা অলিম্পিক গেমছৰ কালি সামৰণি পৰে। বিষ্ণুপুৰ জিলাৰ মইৰাঙৰ চেংগেই লম্পকত অনুষ্ঠিত সামৰণি অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লা, মুখ্যমন্ত্রী খেমচান্দ সিং, যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী গোবিন্দাস কনথৌজাম আৰু কেবাগৰাকীও বিধায়ক উপস্থিত থাকে। পাঁচদিনীয়া এই প্রতিযোগিতাত মুঠ ১৬বিধ খেল অনুষ্ঠিত হৈছিল আৰু প্ৰায় পোন্ধৰ শ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। মুখ্যমন্ত্রী আৰু উপস্তিত বিধায়কসকলৰ সৈতে ৰাজ্যপালগৰাকীয়...