June 11, 2026 9:28 PM

views 17

চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত তেল আৰু প্ৰাকৃতিক গেছ নিগম, অইল ইণ্ডিয়া লিমিটেডৰ মুৰব্বী বিষয়াসকলৰ বৈঠক

চৰাইদেউ জিলাৰ আন্তঃগাঁথনিমূলক উন্নয়ন আৰু আর্থ-সামাজিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে তেল আৰু প্ৰাকৃতিক গেছ নিগম তথা অইল ইণ্ডিয়া লিমিটেডৰ মুৰব্বী বিষয়াসকলৰ আজি এখন বৈঠক অনুষ্ঠিত হয়। জিলা প্ৰশাসন আৰু জিলাখনৰ নৱ-নিৰ্বাচিত বিধায়কদ্বয়ৰ উপস্থিতিত এই বৈঠক জিলা আয়ুক্তৰ কাৰ্য্যালয়ত অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ বিভিন্ন খণ্ডত সম্ভাব্য চি এছ আৰ আঁচনিসমূহ ৰূপায়ণ কৰাৰ লগতে বহনক্ষম আৰু অন্তৰ্ভুক্তিমূলক বিকাশৰ পৰিৱেশ গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰা হয়। অনুষ্ঠানত চৰাইদেউৰ জিলা আয়ুক্ত ড০ নেহা যাদৱ, জিলা আৰক্...