August 6, 2026 7:56 PM
8
ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে ভাৰত ভূষণ দেৱচৌধুৰীৰ শপত গ্ৰহণ
ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই আজি লোক ভৱনৰ সভাকক্ষত অনুষ্ঠিত শপত গ্রহণ অনুষ্ঠানত ভাৰত ভূষণ দেৱচৌধুৰীক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰোৱায়। ভাৰত ভূষণ দেৱচৌধুৰীক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে শপত গ্রহণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাই ৰাজ্যপালৰ অনুমোদন বিচাৰে। এই অনুষ্ঠানত ৰাজ্যিক তথ্য আয়ুক্ত ড০ বীপ হাজৰিকা, উৎপল বৰুৱা, ৰাজ্যপালৰ আয়ুক্ত তথা সচিব এছ এছ মিনাক্ষী সুন্দাৰা, এ আৰ টি পি পি জি বিভাগৰ ড০ পাটিবণ্ডলা অশোক বাবু আৰু চৰকাৰৰ ভালেসংখ্যক জ্যেষ্ঠ...