December 17, 2025 11:54 AM

views 25

চৰকাৰী ভ্রমণসূচীৰে মৌলবী নুৰ জালাল জালালী নতুন দিল্লীত উপস্থিত

আফগানিস্তানৰ জনস্বাস্থ্য মন্ত্রী মৌলবী নুৰ জালাল জালালী কালি তেওঁৰ প্ৰথমটো চৰকাৰী ভাৰত ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। ভাৰতৰ সৈতে স্বাস্থ্যখণ্ডত থকা দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হ'বলৈ মন্ত্ৰীগৰাকী ভাৰতলৈ আহিছে। মন্ত্ৰীগৰাকীক ভাৰতলৈ আদৰণি জনাই বৈদেশিক পৰিক্ৰমা ম্যান্ত্ৰনালয়ে সামাজিক মাধ্যমৰ এটা প'ষ্টত আফগানিস্তানৰ স্বাস্থ্যখণ্ডত থকা ভাৰতৰ দীঘলীয়া সমর্থনৰ বিষয়ে প্রকাশ কৰে। স্বাস্থ্যখণ্ডত উভয় দেশৰ মাজত থকা দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰি...