January 22, 2025 12:26 PM

views 23

নুমলীগড় তিনিআলিৰ পৰা শোধনাগাৰ সংযোগী ৩৯ নম্বৰ ৰাষ্ট্ৰীয় পথত আজিৰে পৰা অহা ৩ দিনৰ বাবে দৈনিক ৬ঘণ্টা গধূৰ যান-বাহনৰ চলাচল বন্ধ

নুমলীগড় তিনিআলিৰ পৰা নুমলীগড় শোধনাগাৰ সংযোগী ৩৯ নম্বৰ ৰাষ্ট্ৰীয় পথেৰে আজিৰে পৰা অহা ৩ দিনৰ বাবে দৈনিক ৬ঘণ্টা গধূৰ যান-বাহন, ট্রাক, বাছ আদিৰ চলাচল বন্ধ থাকিব। পুৱা ৪ বজাৰ পৰা ১০ বজালৈ নুমলীগড় জাহাজ ঘাটৰ পৰা এন আৰ এললৈ বৃহৎ আকাৰৰ যন্ত্ৰ কঢ়িয়াই অনাৰ সময়ত হ'ব পৰা যান-জঁট আৰু জনসাধাৰণৰ অসুবিধাৰ প্ৰতি দৃষ্টি ৰাখি এই পথছোৱা বন্ধ ৰখা হ'ব। গোলাঘাট জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে এন আৰ এল কৰ্তৃপক্ষই এই কথা ঘোষণা কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিকল্প পথ হিচাপে গধূৰ যান-বাহনসমূহে গোলাঘাটৰ পৰা ধোদৰ আলি আৰু ...