December 28, 2025 10:02 PM

views 31

ৰাষ্ট্ৰীয় পৰীক্ষণ গৃহ আৰু প্ৰতিৰক্ষা সামগ্ৰী আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সৈতে গৱেষণা পৰীক্ষণ- প্ৰশিক্ষণৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ৰাষ্ট্ৰীয় পৰীক্ষণ গৃহ চমুকৈ এন টি এইচ আৰু প্ৰতিৰক্ষা সামগ্ৰী আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সৈতে গৱেষণা পৰীক্ষণ আৰু প্ৰশিক্ষণৰ বাবে সহযোগিতা সুদৃঢ় কৰাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োটা প্রতিষ্ঠানত উপলব্ধ নথকা বিশেষ সা-সুবিধা নিৰূপন কৰা তথা পৰীক্ষণৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা কৰাৰ প্ৰতি লক্ষ্য ৰাখি এই চুক্তিত স্বাক্ষৰ কৰা হৈছে। চুক্তি অনুসৰি বৈজ্ঞানিক আৰু কাৰিকৰী বিষয়াসকলৰ মাজত দক্ষতা বিকাশ আৰু জ্ঞানৰ আদান-প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ উপৰি দুয়োটা প্ৰতিষ্ঠা...