July 8, 2024 12:30 PM

views 31

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ স্নাতক পৰ্যায়ৰ সংযুক্ত বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা ২০২৪ৰ উত্তৰ-পত্ৰ প্ৰকাশ

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ)ই স্নাতক পৰ্যায়ৰ সংযুক্ত বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা ২০২৪ৰ উত্তৰ-পত্ৰ প্ৰকাশ কৰিছে। শিক্ষাৰ্থীসকলে কাইলৈৰ ভিতৰত উত্তৰ-পত্ৰৰ প্ৰত্যাহ্বান জনাব পাৰিব। অহা এসপ্তাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। উত্তৰ-পত্ৰই পৰীক্ষাৰ্থীসকলক তেওঁলোকে লাভ কৰিব পৰা নম্বৰ সন্দৰ্ভত এটা আনুমানিক ধাৰণা প্ৰদান কৰে। উল্লেখযোগ্য যে, এইবাৰ প্ৰথমবাৰৰ বাবে এই পৰীক্ষা হাইব্রীড পদ্ধতিত আয়োজন কৰা হৈছিল। সেই অনুসৰি ১৫টা বিষয়ৰ বাবে কলম-বহী আধাৰিত পৰীক্ষা অনুষ্ঠিত কৰাৰ বিপৰীতে ৪৮টা...