September 19, 2026 9:47 AM
2
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ নিৰ্বাচিত জিলাসমূহৰ শ্ৰম বজাৰৰ সমীক্ষা প্রতিবেদন প্রকাশ
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে দেশৰ নিৰ্বাচিত জিলাসমূহৰ শ্ৰম বজাৰৰ এক শেহতীয়া সমীক্ষা প্রতিবেদন প্রকাশ কৰিছে। ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয়ে প্ৰথমবাৰৰ বাবে জিলা পৰ্যায়ৰ এই সূচকাংক মুকলি কৰে। প্ৰতিবেদন অনুসৰি, দেশৰ প্ৰায় ৫৭.৮ শতাংশ জিলাত মহিলা শ্রম শক্তিৰ অংশগ্ৰহণৰ হাৰ ৪০ শতাংশ বা তাতকৈ অধিক। আনহাতে, সর্বাধিক জনসংখ্যা থকা শীর্ষ ৫০ খন জিলাৰ শ্রমিক-জনসংখ্যাৰ অনুপাত ৩৭.৩ ৰ পৰা ৭৬.৭ শতাংশৰ ভিতৰত আছে। ১০০খন জনবহুল জিলাৰ ভিতৰত গুজৰাটৰ ছুটত এই অনুপাত আটাইতকৈ বেছি হোৱাৰ বিপৰীতে বিহাৰৰ দৰ...