October 13, 2025 8:30 PM

views 152

২০২৫ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা ঘোষণা

আমেৰিকাৰ নৰ্থ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক জুৱেল মকয়েৰ, কলেজ দ্য ফ্রান্স আৰু লণ্ডন স্কুল অব ইক’নমিকছৰ অধ্যাপক ফিলিপ এঘিয়ন আৰু আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক পিটাৰ হয়িটলৈ এই বছৰৰ অৰ্থনীতিৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। ৰয়েল ছুইডিচ একাডেমীয়ে আজি ষ্টকহ'মত প্ৰকাশ কৰা অনুসৰি উদ্ভাৱনী শক্তি আৰু গঠনমূলক বিঘটনেৰে কিদৰে অৰ্থনীতিৰ বিকাশ সম্ভৱ সেই বিষয়ে লাভ কৰা সফলতাৰ বাবে এই তিনিগৰাকী অধ্যাপকক এইবাৰৰ অৰ্থনীতিৰ ন’বেল পুৰস্কাৰৰ বাবে বাছনি কৰা হৈছে। এই পুৰস্কাৰৰ বাবদ এই অর্থনীতিবিদ কেইগৰাকীয়...

October 9, 2025 9:10 PM

views 87

হাংগেৰীৰ প্ৰখ্যাত ঔপন্যাসিক, চিত্ৰনাট্যকাৰ লাছল’ ক্ৰাছনাহ’কাইলৈ ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা

হাংগেৰীৰ প্ৰখ্যাত ঔপন্যাসিক আৰু চিত্ৰনাট্যকাৰ লাছল' ক্ৰাছনাহ' কাইলৈ ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। ছুইডেনৰ ষ্টকহোমত থকা ছুইডিচ একাডেমী নোবেল কমিটীয়ে আজি এই বঁটা ঘোষণা কৰে। সন্ত্রাস আৰু হত্যা-হিংসা জৰ্জৰিত পৰিস্থিতিত নিজৰ প্ৰভাৱশালী আৰু ভৱিষ্যদর্শী সাহিত্যকৰ্মৰে কলা শক্তিক পুনৰ প্রতিষ্ঠা কৰাৰ স্বীকৃতিস্বৰূপে সাহিত্যিকগৰাকীলৈ এই বঁটা আগবঢ়োৱা হৈছে। পুৰস্কাৰ হিচাপে তেওঁ ১ দশমিক ২ নিযুত আমেৰিকান ডলাৰ লাভ কৰিব। উল্লেখযোগ্য যে ইয়াৰ আগেয়ে চলিত সপ্তাহটোত চিকিৎসা, পদার্থ বিজ্ঞান আৰু ৰসা...