May 14, 2025 11:24 AM

views 35

জম্মু-কাশ্মীৰ সম্পৰ্কীয় যিকোনো বিষয়ত ভাৰত-পাকিস্তানে দ্বিপাক্ষিক আলোচনা কৰিবঃ ৰনধীৰ জয়ছোৱাল

জম্মু-কাশ্মীৰ সম্পৰ্কীয় যিকোনো বিষয়ত ভাৰত আৰু পাকিস্তানে দ্বিপাক্ষিক আলোচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে প্রকাশ কৰিছে। কালি এখন সংবাদমেলত মুখপাত্রগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই ক্ষেত্ৰত ভাৰতৰ নীতি অপৰিৱৰ্তিত হৈ আছে। সিন্ধু জলচুক্তিখন স্থগিত ৰখা হৈছে বুলিও মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতে সদিচ্ছা আৰু মৈত্ৰীৰ চিনস্বৰূপে এই চুক্তি কৰিছিল যদিও কেইবা দশকজুৰি দেশখনে সীমান্তৰ সিপাৰৰ পৰা চলাই থকা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে এই চুক্তি...

May 13, 2025 8:28 PM

views 28

জম্মু-কাশ্মীৰ সম্পৰ্কীয় যিকোনো বিষয়ত ভাৰত-পাকিস্তানে দ্বিপাক্ষিক আলোচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালৰ প্ৰকাশ

জম্মু-কাশ্মীৰ সম্পৰ্কীয় যিকোনো বিষয়ত ভাৰত আৰু পাকিস্তানে দ্বিপাক্ষিক আলোচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে প্ৰকাশ কৰিছে। আজি এখন সংবাদমেলত মুখপাত্ৰগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে এই ক্ষেত্ৰত ভাৰতৰ নীতি অপৰিৱৰ্তিত হৈ আছে। সিন্ধু জলচুক্তিখন স্থগিত ৰখা হৈছে বুলিও মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে৷ তেওঁ কয়, যে ভাৰতে সদ্দিচ্ছা আৰু মৈত্ৰীৰ চিনস্বৰূপে এই চুক্তি কৰিছিল যদিও কেইবা দশকজুৰি দেশখনে সীমান্তৰ সিপাৰৰ পৰা চলাই থকা সন্ত্রাসবাদী কার্যকলাপৰ বাবে এই চুক্ত...