August 13, 2026 5:13 PM
3
সংসদৰ উভয় সদনৰ বৈদেশিক বৰঙণি নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৬ৰ অধিক পৰীক্ষা-নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণত অনুমোদন
সংসদৰ উভয় সদনে কালি বৈদেশিক বৰঙণি নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৬ৰ অধিক পৰীক্ষা- নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ কৰাৰ বাবে অনুমোদন দিছে। এই বিধেয়কখনৰ উদ্দেশ্য হৈছে বৈদেশিক বৰঙণি নিয়ন্ত্রণ আইন ২০১০ৰ সংশোধন কৰা। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে এই বিধেয়কখন অধিক আলোচনাৰ বাবে উভয় সদনৰ সদস্যৰে গঠিত যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে। এই কমিটিখনত লোকসভাৰ পৰা অধ্যক্ষই মনোনীত কৰা ২১ জন সদস্য, ৰাজ্যসভাৰ পৰা সভাপতিয়ে মনোনীত কৰা ১০ জন সদস্য থাকিব। এই স...