October 27, 2026 7:09 PM

views 11

বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ আজি মৃত্যু তিথি উপলক্ষে আজি অভিনেতাগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন

বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ আজি মৃত্যু তিথি উপলক্ষে আজি অভিনেতাগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অভিনেতাগৰাকীৰ পূণ্যতিথি উপলক্ষে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ অভিনয় জগতৰ প্ৰখ্যাত শিল্পীগৰাকীৰ অভিনয়, প্ৰতিভাৰ সমান্তৰালকৈ তেওঁৰ ব্যক্তিত্বয়ো আকৰ্ষিত কৰিছিল বুলি মত প্ৰকাশ কৰে। ড° শৰ্মাই ককাদেউতা নাতি আৰু হাতী চলচ্চিত্ৰখনত অভিনয় কৰাৰ সময়ছোৱাত তেখেতৰ সান্নিধ্য লাভ কৰাৰ কথা উল্লেখ কৰে। উল্লেখযোগ্য যে ২০২২...

October 27, 2025 9:24 PM

views 66

বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ আজি মৃত্যু তিথি

বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ আজি মৃত্যু তিথি উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শ্ৰদ্ধা জনাইছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ অভিনয় জগতৰ প্ৰখ্যাত শিল্পীগৰাকীৰ অভিনয়, প্ৰতিভাৰ সমান্তৰালকৈ তেখেতৰ ব্যক্তিত্বও আকৰ্ষিত কৰিছিল বুলি মত প্ৰকাশ কৰে। ড০ শৰ্মাই ককাদেউতা নাতি আৰু হাতী চলচ্চিত্ৰখনত অভিনয় কৰাৰ সময়ছোৱাত তেখেতৰ সান্নিধ্য লাভ কৰাৰ কথা উল্লেখ কৰে। উল্লেখযোগ্য যে ২০২২ চনৰ ২৭ অক্টোবৰত ৮০ বছৰ বয়সত অভিনেতাগৰাকীৰ মৃত্যু হৈছিল।