June 26, 2024 8:46 PM

views 17

যোৰহাটত গ্রেনেড নিক্ষেপৰ ঘটনা সন্দৰ্ভত চাৰিজন অভিযুক্তৰ বিৰুদ্ধে এন আই এৰ অভিযোগনামা দাখিল

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এই আজি, যোৱা বছৰ – উগ্ৰপন্থী সংগঠন আলফাই যোৰহাটৰ এটা সামৰিক ঘাটিত গ্রেনেড নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত আজি চাৰিজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। যোৰহাটৰ লিচুবাৰী সামৰিক ঘাটিত যোৱা ১৪ ডিচেম্বৰত এই ঘটনা সংঘটিত হৈছে। উগ্ৰপন্থী সংঘটনটোৱে উত্তৰ প্ৰদেশৰ ৰাজ্য কেইখনৰ সেনা ছাউনীসমূহত ষড়যন্ত্ৰৰ পৰিকল্পনাৰ অংশ হিচাপে এই ঘটনা সংঘটিত কৰিছিল। ইয়াৰপূৰ্বে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সেনা ছাউনীতো অনুৰূপ ঘটনা সংঘটিত হৈছিল। উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে ১৫ ডিচেম্বৰত এই ...