October 26, 2025 8:49 PM

views 155

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে বিভিন্ন বাহনৰ ওপৰত আৰোপিত কৰ কৰ্তনৰে যান-বাহন খণ্ডক সকাহ প্রদান কৰিছে

যোৱা ২২ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা জি এছ টি সঞ্চয় উৎসৱৰ পৰা সমগ্ৰ দেশৰ নাগৰিকসকল উপকৃত হৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে বিভিন্ন বাহনৰ ওপৰত আৰোপিত কৰ কৰ্তন আৰু ব্যৱহাৰকাৰীসকলৰ বাবে আহ-যাহৰ সুবিধা সূচল কৰি যান-বাহন খণ্ডক সকাহ প্রদান কৰিছে। নতুন কৰ পৰিকাথামোৰ অধীনত ৩৫০ চিচি পর্যন্ত ইঞ্জিন বিশিষ্ট দুচকীয়া বাহনৰ ওপৰত আৰোপিত কৰ ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্রাস কৰা হৈছে আৰু ইয়াৰ ফলত দুচকীয়া বাহনসমূহ অধিক বহনসাধ্য হৈ উঠিছে। দেশত ৰাজহুৱা পৰিবহন ব্যৱস্থা সূদৃঢ় কৰি তোলাৰ উদ্দেশ্যে চৰকাৰে ১০ গৰাকীতকৈ ...