May 31, 2025 1:11 PM

views 46

পহলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক নিউজিলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী উইনষ্টন পিটাৰ্ছৰ গৰিহণা

নিউজিলেণ্ডৰ উপ-প্রধানমন্ত্রী তথা বৈদেশিক মন্ত্রী উইনষ্টন পিটাৰ্ছে শেহতীয়াকৈ পহালগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক গৰিহণা জনাইছে আৰু নিউজিলেণ্ড, ভাৰতৰ জনসাধাৰণৰ সৈতে আছে বুলি মত প্ৰকাশ কৰিছে। ভাৰত ভ্ৰমণৰত পিটাৰ্ছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত বাণিজ্য আৰু অৰ্থনীতি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, পৰম্পৰাগত চিকিৎসা, ক্রীড়া, শিক্ষা আৰু জনসম্পর্ককে ধৰি বিভিন্ন দিশত দেশদুখনৰ দ্বিপাক্ষিক সম্পর্কই স্থান লাভ কৰে। দুয়োপক্ষই পাৰস্পৰিক স্বার্থজডিত আঞ্চলি...