September 29, 2024 8:28 PM

views 53

বিশেষভাৱে সক্ষম লোকসকলৰ সহায় হোৱাকৈ ভাৰতীয় সাংকেতিক ভাষাৰ শব্দকোষত প্ৰায় ২,৫০০ নতুন শব্দ সংযোজন

বিশেষভাৱে সক্ষম লোকসকলৰ সহায় হোৱাকৈ ভাৰতীয় সাংকেতিক ভাষাৰ শব্দকোষত গণিত, বিজ্ঞান আৰু অন্যান্য শৈক্ষিক ক্ষেত্ৰসমূহৰ বিভিন্ন বিষয়বস্তু সামৰি প্ৰায় ২,৫০০ নতুন শব্দ সংযোজন কৰা হৈছে প্রতিবন্ধী ব্যক্তি সৱলীকৰণ বিভাগৰ অধীনস্থ ভাৰতীয় সাংকেতিক ভাষা গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰই ৪ টা অন্যান্য সহযোগী সংস্থাৰ সহায় লৈ এই নতুন শব্দৰাজি সাংকেতিক শব্দকোষত সংযোজন কৰিছে। ২০১৮ চনত আন্তৰাষ্ট্ৰীয় বধিৰ সপ্তাহৰ অংশস্বৰূপে উন্মোচনৰ পাছৰ পৰাই সাংকেতিক ভাষাৰ এই শব্দকোষে মুকবধিৰ আৰু অন্যান্য শ্রৱনেন্দ্ৰীয়ৰ ক্ষেত্ৰ...