November 22, 2025 12:46 PM

views 49

গুৱাহাটীত অচিৰেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে ভিছা সুবিধা কেন্দ্ৰ স্থাপন কৰা হ’ব : মুখ্যমন্ত্রী

গুৱাহাটীত অচিৰেই অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে ভিছা সুবিধা কেন্দ্ৰ স্থাপন কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰিছে। বিশ্বৰ কেইবাখনো দেশৰ বাবে ভিছাৰ প্ৰক্ৰিয়া পৰিচালনা কৰা ভি এফ এছ গ্ল'বেল নামৰ কোম্পানীটোৱে গুৱাহাটীত ৬০ খনৰো অধিক দেশৰ বাবে ভিছা সুবিধা কেন্দ্ৰ স্থাপনৰ বাবে সন্মতি প্ৰকাশ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ সুবিধা বৃদ্ধিৰ ক্ষেত্ৰত এয়া গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে বিবেচিত হ'ব। এই কেন্দ্ৰৰ পৰা কোন কোন দেশৰ বাবে...