August 18, 2024 6:56 PM

views 59

থাইলেণ্ডৰ নৱনিৰ্বাচিত প্রধানমন্ত্রী পেটংটার্ণ শ্বিনাৱাত্ৰাক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থাইলেণ্ডৰ সদ্যনিৰ্বাচিত প্রধানমন্ত্রী পেটংটার্ণ শ্বিনাৱাত্ৰাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমক এক পোষ্ট যোগে প্রধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ সফল কার্যকলাৰ কামনা কৰিছে। শ্রীমোদীয়ে লগতে কয় যে, ভাৰত আৰু থাইলেণ্ডৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে তেওঁৰ সৈতে কাম কৰিবলৈ আগ্রহী।