May 10, 2024 6:17 PM

views 64

ভাৰতীয় নৌসেনা বাহিনীৰ কৰ্মচাৰীসকলৰ মুৰব্বী হিচাপে ভাইচ এডমিৰেল সঞ্জই ভাল্লাৰ কাৰ্যভাৰ গ্ৰহণ

ভাইচ এডমিৰেল সঞ্জই ভাল্লাই আজি ভাৰতীয় নৌসেনা বাহিনীৰ কৰ্মচাৰীসকলৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ১৯৮৯ চনৰ ১ জানুৱাৰীত তেওঁ ভাৰতীয় নৌবাহিনীত যোগদান কৰিছিল। ৩৫ বছৰীয়া কৰ্মজীৱনত তেওঁ বন্দৰ আৰু সমুদ্ৰৰ উভয় ক্ষেত্ৰতে ভালেমান বিশেষজ্ঞ, কৰ্মচাৰী আৰু পৰিচালন নিযুক্তিৰ ক্ষেত্ৰত কাম কৰিছিল। শ্রীভাল্লাই তেওঁৰ বিশেষ প্রশিক্ষণ সমাপ্তিৰ পাছত কেইবাখনো আগশাৰীৰ যুদ্ধজাহাজত বিশেষজ্ঞ হিচাপে অৱদান আগবঢ়াই আহিছে। আই এন এছ নিছাংক, আই এন এছ তাৰাগিৰি, আই এন এছ বীজৰ দৰে জাহাজত সমুদ্ৰ ক্ষেত্ৰত তেওঁ সমান্তৰালভাৱ...