May 31, 2025 1:14 PM

views 27

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ‘সাহিত্যৰ কিমান পৰিৱৰ্তন হৈছে?’ শীর্ষক সন্মিলন

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত সাহিত্য অকাডেমীৰ উদ্যোগত "সাহিত্যৰ কিমান পৰিৱৰ্তন হৈছে? - শীর্ষক এখন দুদিনীয়া সন্মিলনৰ আয়োজন কৰা হয়। এই সন্মিলনত নাৰীবাদী সাহিত্য, সাহিত্যৰ পৰিৱৰ্তন আৰু ভাৰতীয় সাহিত্যৰ নতুন দিশ সম্পৰ্কে আলোচনা কৰা হয়। বক্তাসকলে সাহিত্যত মহিলাৰ অৱদান, সমাজ গঢ় দিয়াত সাহিত্যৰ ভূমিকা, ভাৰতীয় লেখাৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ আদি বিয়য়সমূহ আলোকপাত কৰে। দেৱী অহিল্যাবাই হোলকাৰৰ ৩০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে প্রদর্শিত বিশেষ অনুষ্ঠানেৰে সন্মিলনৰ সামৰণি পৰে। সাহিত্য...