November 11, 2024 6:45 PM

views 35

নতুন দিল্লীত অহা ১৫-১৬ নৱেম্বৰত প্ৰথম বড়োলেণ্ড মহোৎসৱৰ আয়োজন

নতুন দিল্লীত অহা ১৫ আৰু ১৬ নৱেম্বৰত প্ৰথম বড়োলেণ্ড মহোৎসৱৰ আয়োজন কৰা হৈছে। নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, গান্ধী হিন্দুস্তান সাহিত্য সভা আৰু বড়ো সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত তথা বিটিআৰ প্ৰশাসনৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। ১৫ নৱেম্বৰত এই মহোৎসৱ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বুলি খানাপাৰাত আয়োজিত এখন সংবাদমেলত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে প্রকাশ কৰে। তেওঁ কয় যে, বড়োভূমিৰ কলা-সংস্কৃতি, ভাষা সাহিত্যৰ ভিন্ন দিশ প্ৰতিফলিত কৰাৰ উপৰি অঞ্চলটোত প্ৰতিষ্ঠা ...