May 14, 2025 8:36 PM

views 45

ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইৰ ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ

ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইয়ে আজি ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত ন্যায়াধীশ গাৱাইক শপতবাক্য পাঠ কৰোৱায়। ন্যায়াধীশ বি আৰ গাৱাই কালি কার্যকাল সমাপ্ত হোৱা ন্যায়াধীশ সঞ্জীৱ খান্না স্থলাভিষিক্ত হ'ব। তেওঁ অহা ছমাহ দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ২০১৯ চনৰ পৰা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা গাৱাই বিমুদ্ৰাকৰণৰ পৰা আৰম্ভ কৰি নিৰ্বাচনী বণ্ডলৈকে কমেও ৩০০টা গোচৰ...