August 26, 2024 9:05 PM

views 47

নতুন বায়’-ইথ্রি নীতিয়ে ভাৰতক বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত কৰিবঃ ড০ জীতেন্দ্র সিং

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জীতেন্দ্র সিঙে দৃঢ়তাৰে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱৰ্তন কৰা নতুন বায়'-ইথ্রি নীতিয়ে অনাগত দিনত ভাৰতক বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত কৰিব। নতুন দিল্লীত নতুন জৈৱ অর্থনৈতিক নীতিক সম্বোধন কৰি ড০ সিঙে কয় যে, দেশৰ জৈৱ অৰ্থনীতিয়ে ২০১৪ চনৰ এহেজাৰ কোটি আমেৰিকান ডলাৰৰ পৰা ২০২৪ চনত ১৩ হাজাৰ কোটি আমেৰিকান ডলাৰলৈ উল্লেখযোগ্য বৃদ্ধি প্ৰতিফলিত কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে, নতুন বায়' ইথ্রি নীতি জলবায়ু পৰিৱৰ্তন আৰু অ-নৱীকৰণযোগ্য সম্পদৰ অভাৱৰ দৰ...