December 31, 2024 1:06 PM

views 53

নেপালত সূর্যকিৰণ শীৰ্ষক অষ্টাদশ ভাৰত-নেপাল সামৰিক অনুশীলন আৰম্ভ

নেপালৰ ৰূপানদেহীৰ চলঝণ্ডীত আজি সূর্যকিৰণ শীৰ্ষক অষ্টাদশ ভাৰত-নেপাল সামৰিক অনুশীলন আৰম্ভ হ'ব। এই যুটীয়া সামৰিক অনুশীলনে অৰণ্যত যুদ্ধ কঠিন ভৌগোলিক অঞ্চলত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মানৱীয় সাহায্য প্ৰদানৰ লগতে অন্যান্য বিভিন্ন বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। দুসপ্তাহজোৰা এই সামৰিক অনুশীলনত ভাৰতীয় স্থল সেনাৰ একাদশ গোৰ্খা ৰাইফল আৰু নেপালী সেনাৰ শ্ৰী জাং বেটেলিয়নে অংশগ্রহণ কৰিব। এই যুটীয়া সামৰিক অনুশীলনৰ দ্বাৰা ভাৰত আৰু নেপালৰ মাজৰ ব্যৱসায়িক সহযোগিতা, বন্ধুত্বপূৰ্...