December 16, 2024 7:37 PM

views 45

ভাৰত ভ্ৰমণৰত নেপালৰ সেনাবাহিনীৰ মুৰব্বী জেনেৰেল কাঠমাণ্ডুলৈ ৰাওনা

নেপালৰ সেনাবাহিনীৰ মুৰব্বী জেনেৰেল অশোক ৰাজ ছিগডেল ভাৰত ভ্ৰমণৰ আনুষ্ঠানিক সামৰণি মাৰি কাঠমাণ্ডুলৈ উভতি গৈছে। যোৱা বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে জেনেৰেল ছিগডেলক ভাৰতীয় সেনাৰ সন্মানীয় জেনেৰেলৰ পদবী প্ৰদান কৰে৷ ভাৰত ভ্ৰমণৰ সময়ত চিগডেলে ডেৰাডুনৰ ভাৰতীয় সামৰিক একাডেমীত অফিচাৰ কেডেটৰ দীক্ষান্ত পেৰেডত পৰ্যবেক্ষণকাৰী বিষয়া হিচাপে অংশগ্ৰহণ কৰে৷ একাডেমীত প্রশিক্ষণ লৈ থকা ৩৫ জন বিদেশী বিষয়া কেডেটৰ ভিতৰত নেপালৰ সেনাবাহিনীৰ বিষয়া, কেডেট প্রবীণ পাণ্ডেক "শ্রেষ্ঠ বিদেশী বিষয়া কেডেট বঁ...