June 23, 2024 9:00 PM
52
নীট ইউ জি পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ পুনৰ পৰীক্ষাত অৱতীৰ্ণ
চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত নীট ইউ জি পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ আজি পুনৰ পৰীক্ষা অনুষ্ঠিত হয়। চলিত মাহৰ আৰম্ভণিতে জাৰি কৰা অধিসূচনাযোগে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰিছিল যে পুনৰ হ'বলগীয়া পৰীক্ষা দুপৰীয়া ২ বজাৰ পৰা বিয়লি ৫ বাজি ২০ মিনিটলৈ অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কয় যে সংস্থাটোৰ উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ অনুসৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে গ্...