June 18, 2026 4:05 PM

views 18

শিলচৰত আজি প্রাকৃতিক আৰু জৈৱিক কৃষি সন্দৰ্ভত কর্মশালা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ ১২ বছৰীয়া উন্নয়ন যাত্রা উপলক্ষে শিলচৰত আজি প্রাকৃতিক আৰু জৈৱিক কৃষি সন্দৰ্ভত এখন কর্মশালা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। বিজেপি কাছাৰ জিলা কিষাণ মৰ্চা, কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ যৌথ উদ্যোগত আয়োজিত এই কর্মশালাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কৃষক, কৃষি বিশেষজ্ঞ, কৃষি বিভাগৰ বিষয়া তথা কৃষক মৰ্চাৰ নেতাসকলে অংশগ্রহণ কৰে। কর্মশালাত প্রাকৃতিক আৰু জৈৱিক কৃষিৰ গুৰুত্ব, ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ হ্ৰাস কৰি পৰিবেশ অনুকূল কৃষি পদ্ধতি গ্রহণ, উৎপাদন বৃদ্ধি ...