May 25, 2024 11:32 AM

views 47

ঘূৰ্ণী বতাহত উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কমিটী NCMC য়ে বংগোপ সাগৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ জোৰা মৰাৰ বাবে ল'বলগীয়া প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি কেবিনেট সচিব ৰাজীৱ গৌবাৰ অধ্যক্ষতাত এখন বৈঠকত মিলিত হয়। বৈঠকত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধানে বংগোপ সাগৰৰ মধ্যভাগত বাংলাদেশৰ খেপুপাৰাৰ পৰা প্ৰায় ৮০০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ পশ্চিমত আৰু পশ্চিমবংগৰ কেনিঙৰ ৮১০ কিলোমিটাৰ পশ্চিমত সৃষ্টি হোৱা নিম্ন চাপৰ স্থিতিৰ বিষয়ে কমিটীক অৱগত কৰে। পশ্চিমবংগৰ মুখ্য সচিবে কমিট...