June 3, 2025 12:45 PM

views 57

স্বত্ববিহীনভাৱে পাঠ্যপুথিৰ প্ৰস্তুত, বিতৰণ আৰু বিক্ৰীৰ সৈতে জড়িত অপৰাধীসকলৰ বিৰুদ্ধে এন চি ই আৰ টিৰ ব্যৱস্থা গ্ৰহণ

ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, এন চি ই আৰ টিয়ে অসাধু উপায়েৰে স্বত্ববিহীনভাৱে পাঠ্যপুথিৰ প্ৰস্তুত, বিতৰণ আৰু বিক্ৰীৰ সৈতে জড়িত অপৰাধীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। এই ধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰি পৰিষদে এই পর্যন্ত ২০ কোটি টকাৰো অধিক মূল্যৰ কিতাপ, ছপাৰ কামৰ ব্যৱহৃত কাগজ আৰু যন্ত্রপাতি জব্দ কৰিছে। পৰিষদে লগতে এইধৰণৰ সামগ্ৰী মজুত ৰখা গুদামৰ মালিক আৰু খুচুৰা বিক্ৰেতাৰ বিৰুদ্ধে ২৯টা গোচৰ ৰুজু কৰা জানিব পৰা গৈছে। বিগত ১৪টা মাহজুৰি এই ধৰণৰ পদক্ষেপ গ্ৰহণ...

April 3, 2024 6:48 PM

views 62

বিদ্যালয়ৰ পাঠ্যপুথি সময়মতে যোগান ধৰাৰ বাবে এন চি ই আৰ টিয়ে সকলো প্ৰকাৰৰ প্ৰচেষ্টা গ্রহণ কৰিছে

♦ ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ এন চি ই আৰ টিয়ে প্ৰকাশ কৰিছে যে বিদ্যালয়ৰ পাঠ্যপুথিসমূহ সময়মতে যোগান ধৰাৰ বাবে পৰিষদে সকলো প্ৰকাৰৰ প্ৰচেষ্টা গ্রহণ কৰিছে। পৰিষদে সকলো ছাত্ৰ-ছাত্ৰীক আৰু অভিভাৱকসকলক ধৈর্য ধৰাৰ লগতে ভয় নাখাবলৈ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে বহু ৰাজ্যত পৰিষদৰ কিতাপ উপলব্ধ নোহোৱা পৰিস্থিতিত এন চি ই আৰ টি কর্তৃপক্ষই এনেদৰে সঁহাৰি জনাইছে।