July 7, 2026 12:41 PM

views 13

আজি নতুন দিল্লীত ১৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ ২০২৪-২৫ৰ বঁটা বিতৰণি অনুষ্ঠান

১৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ ২০২৪-২৫ৰ বঁটা বিতৰণি অনুষ্ঠান আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত কাশ্মীৰ বিশ্ববিদ্যালয়ে প্রথম স্থান অধিকাৰ কৰিছে। সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিজয়ী বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষাৰ্থীসকলক বঁটা বিতৰণ কৰিব। শিক্ষাৰ্থীসকলৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু সংসদীয় পদ্ধতিসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিগত ২৯ বছৰ ধৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ মাজত সংসদীয় পৰিক্ৰমা মন্ত...