January 12, 2026 12:01 PM

views 38

ভাৰত যুৱ নেতাৰ সন্মিলনৰ সামৰণি সত্ৰত প্রধানমন্ত্রীৰ অংশগ্ৰহণ

আজি ৰাষ্ট্ৰীয় যুৱ দিৱস। স্বামী বিবেকানন্দৰ জন্মবার্ষিকী উপলক্ষে এই দিৱস উদযাপন কৰা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই দিৱস উপলক্ষে আজি সন্ধিয়া নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত যুৱ নেতাৰ সন্মিলনৰ সামৰণি সত্ৰত অংশগ্ৰহণ কৰিব। শ্রীমোদীয়ে এই অনুষ্ঠানতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্রতিনিধিত্ব কৰা যুৱ প্রতিনিধিসকলৰ উপৰি সমগ্ৰ দেশৰ প্ৰায় ৩ হাজাৰ যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰিব। সন্মিলনত বচা বচা কিছু সংখ্যক যুৱক-যুৱতীয়ে যুব নেতৃত্বাধীন দৃষ্টিভংগী আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ উল্লেখনীয় খণ্ডত কাৰ্যকৰী ধাৰণা...