January 2, 2025 6:38 PM

views 37

২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ ঘোষণা

ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। বিশ্ব দবা চেম্পিয়ন ডি গুকেশ, পেৰিছ অলিম্পিক দুটাকৈ পদক বিজেতা মানু ভাকৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্রীত সিং আৰু পেৰিছ পেৰা অলিম্পিকত সোণৰ পদক বিজয়ী প্রবীণ কুমাৰক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হ'ব। একেদৰে ৩২গৰাকী খেলুৱৈলৈ অৰ্জুন বঁটা আগবঢ়োৱা হৈছে। এই বঁটা প্ৰাপকসকলৰ ভিতৰত এথলীট জ্যোতি য়াৰাজী আৰু অনু ৰাণী, বক্সাৰ নিতু আৰু ছৱিটি, দবা খেলুৱৈ ৱন্তিকা আগৰৱাল, হকী খেলুৱৈ ছালিমা টেটে, অভিষেক সঞ্জয়, জমনপ্রীত সিং আৰু সুখজিৎ সিং আছে। পেৰা আ...