November 16, 2026 10:22 AM
20
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। এই দিবসে গণতন্ত্র শক্তিশালী কৰাত মুক্ত, দায়বদ্ধ আৰু নীতিগত প্ৰেছৰ গুৰুত্বপূর্ণ ভূমিকাক পুনৰ নিশ্চিত কৰে। ১৯৬৬ চনৰ আজিৰ দিনটোতে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া প্রতিষ্ঠা হৈছিল। এই উপলক্ষে প্ৰতিবছৰে ১৬ নৱেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়। এটা স্বতন্ত্র সংস্থা হিচাপে প্রতিষ্ঠা লাভ কৰা প্ৰেছ কাউন্সিল অব ইণ্ডিয়াৰ প্ৰাথমিক উদ্দেশ্য হৈছে প্রেছ সাংবাদিকতাৰ উচ্চ মান আৰু নৈতিক মূল্য বজাই ৰখাটো সুনিশ্চিত কৰা। এইবছৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বিষয়বস্তু হৈছে- সাংবাদিকতাঃ জনপ...