July 29, 2025 10:55 AM

views 44

নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এড্যুকেচন এণ্ড ৰিচাৰ্চ– নাইপাৰে গুৱাহাটীত চিকিৎসা সঁজুলিৰ এবছৰীয়া স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰম আৰম্ভ কৰিব

নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এড্যুকেচন এণ্ড ৰিচাৰ্চ-- নাইপাৰে গুৱাহাটীত চিকিৎসা সঁজুলিৰ এটা এবছৰীয়া স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰম আৰম্ভ কৰিব। নাইপাৰৰ অধ্যাপক সুৰক্ষিত বৰাই এখন সংবাদমেলযোগে এই বিষয়ে ঘোষণা কৰে। শৈক্ষিক প্রতিষ্ঠানখনে ভাৰত চৰকাৰৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰ্যালয়ৰ ফাৰ্মাচিউটিকেল বিভাগৰ অধীনত ২০২৫-২৬ বৰ্ষৰ পৰা এই পাঠ্যক্ৰম আৰম্ভ কৰিব। এই পাঠ্যক্ৰমে বিশেষকৈ উত্তৰ-পূবৰ শিক্ষার্থীসকলক চিকিৎসা সঁজুলিৰ ক্ষেত্ৰত উন্নত শিক্ষা আৰু গৱেষণাৰ পথ অন্বেষণ কৰাৰ সুযোগ দিব। উত্তৰ-পূৰ্বাঞ্চলত প...