December 25, 2025 8:27 PM

views 32

দিল্লীৰ একাংশ কাপোৰত ৰং দিয়া গোটে অবৈধভাবে গভীৰ নলী-নাদ ব্যৱহাৰ কৰা সন্দৰ্ভত দুমাহৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিবলৈ কর্তৃপক্ষক ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নির্দেশ

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে দিল্লীৰ একাংশ কাপোৰত ৰং দিয়া গোটে অবৈধভাবে গভীৰ নলী-নাদ ব্যৱহাৰ কৰা সন্দৰ্ভত দুমাহৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিবলৈ কর্তৃপক্ষক নির্দেশ দিছে। নৰেলা, বাবনা, মায়াপুৰী আৰু লাৰেন্স ৰোডত অৱস্থিত কেইবাটাও ৰং দিয়া গোটে বাধ্যতামূলক অনুমতি অবিহনে কামকাজ চলাই থকা বুলি দাখিল কৰা অভিযোগৰ শুনানি গ্রহণ কৰি সেউজ ন্যায়াধীকৰণে এইদৰে ৰায় দিয়ে। ৰং দিয়া গোটসমূহে আগতীয়া সতর্কতামূলক ব্যৱস্থা গ্রহণ নকৰাকৈ বিষাক্ত পদাৰ্থ নলা-নর্দমা আৰু মুকলি পথাৰত পেলোৱা আৰু ইয়াৰ ফলত ভূগৰ্ভৰ পানী প্ৰদূষি...