April 13, 2025 7:58 PM

views 19

ফিল্ম ফৰেণচিক সন্দৰ্ভত ৰাষ্ট্ৰীয় ফৰেণচিক বিশ্ববিদ্যালয়ৰ নতুন দিল্লীত সন্মিলনৰ আয়োজন

ৰাষ্ট্ৰীয় ফৰেণচিক বিশ্ববিদ্যালয় এন এফ এছ ইউয়ে নতুন দিল্লীত আজি ফিল্ম ফৰেণচিক সন্দৰ্ভত এখন সন্মিলনৰ আয়োজন কৰে। এই সন্মিলনৰ উদ্দেশ্য হৈছে ফৰেণচিক বিশেষজ্ঞ, চিত্র নির্মাতা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আলোচনা তথা সহযোগিতাৰ বাবে এখন মঞ্চ তৈয়াৰ কৰা। অপৰাধমূলক সমস্যা সমাধান আৰু বিজ্ঞানসন্মত পদ্ধতি সম্পর্কে জনসাধাৰণৰ মাজত আগ্রহ বৃদ্ধি পোৱাৰ ক্ষেত্ৰত ফৰেণচিক বিজ্ঞানৰ বিভিন্ন দিশ আৰু চলচ্চিত্ৰই এটা মাধ্যম হিচাপে কৰা কামৰ অন্বেষণ আৰু উদযাপন এই সন্মিলনৰ আন এটা মূল লক্ষ্য। অনুষ্ঠানত ভাষণ দি লোকসভাৰ সাংসদ আ...