September 10, 2024 12:49 PM

views 47

যোৰহাটত চলি থকা ১৫ বছৰ অনুৰ্ধৰৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত আজি অসম তেলেংগানাৰ বিৰুদ্ধে অৱৰ্তীণ

যোৰহাট জিলাত চলি থকা ১৫ বছৰ অনুৰ্ধৰৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ কালিৰ এখন খেলত অসমে তামিলনাডুক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে, আন এখন খেলত লাক্ষাদ্বীপে মধ্যপ্রদেশক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ক্ষন্তেক সময়ৰ পাছত হ'বলগীয়া এখন খেলত মধ্য প্রদেশ তামিলনাডুৰ মুখামুখি হ'ব। বিয়লি ৩ বজাত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন খেলত অসমে তেলেংগানাৰ বিৰুদ্ধে খেলিব।