November 11, 2024 12:03 PM

views 112

আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস

আজি ৰাষ্ট্ৰীয় শিক্ষা দিৱস। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ শিক্ষানুষ্ঠানসমূহতো বিভিন্ন কাৰ্যসূচী ৰূপয়ণ কৰা হ'ব। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী তথা বিশিষ্ট শিক্ষাবিদ মৌলানা আবুল কালাম আজাদৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ১১ নৱেম্বৰত ৰাষ্ট্ৰীয় শিক্ষা দিৱস পালন কৰা হয়। আজিৰ দিনটোত দেশৰ ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত শিক্ষাৰ গুৰুত্বৰ সন্দৰ্ভত আলোকপাত কৰা হয়। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাষ্ট্ৰীয় শিক্ষা দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা শুভেচ্ছা বার্তাত তেওঁ কয় যে, দেশৰ প্ৰগতি,...