October 23, 2025 8:53 PM

views 55

নাগপুৰত অহা ২৬ অক্টোবৰৰ পৰা হ’বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব টি-টুৱেণ্টি মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেলৰ বাবে ৰাজ্যিক দল ঘোষণা

অসম ক্রিকেট সন্থাই অহা ২৬ অক্টোবৰৰ পৰা নাগপুৰত হ’বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব  টি-টুৱেণ্টি মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেলৰ বাবে ৰাজ্যিক দলৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে। এই খেলুৱৈসকল হৈছে অধিনায়ক কাকু বৰ্মন, উপ অধিনায়ক খুছি কুমাৰী, প্ৰিয়ংকা কলিতা, ৰীমা পেগু, ডলী কার্দং, নেহা চন্দ, পয়োনিধি দাস, গ্রীতিশা শ‍ইকীয়া, ৰেচমি সিনহা, আকাংক্ষা চাণ্ডিল্য, ৰিয়া পোড়েল, অংকিতা সোণোৱাল, ডেইজী তাঁতি, স্বস্তি বিশ্বকৰ্মা আৰু কৌশল্যা সাহু। দলটোত ড° গণেশ দত্ত সুঘ মুখ্য প্রশিক্ষক, তিলক দাস প্ৰশিক্ষক, আৰু পাপৰি গগৈ স...