July 23, 2026 7:45 PM

views 11

নগাঁও জিলাৰ চামগুৰিৰ বান প্ৰভাৱিত লোকসকলৰ ক্ষয়-ক্ষতিৰ বুজ লয় মন্ত্ৰী কেশৱ মহন্তই

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ আমলখি গাঁও পঞ্চায়তৰ ছেলেকেহাটী ৱাৰ্ডৰ বান প্ৰভাৱিত লোকসকলৰ ক্ষয়-ক্ষতিৰ বুজ লয় । মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বানত আবদ্ধ বিভিন্ন অঞ্চলৰ বান পীড়িতসকলক শীঘ্ৰে সাহায্য প্ৰদান কৰা হ'ব বুলি আশ্বাস দিয়ে।  মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে কলিয়াবৰ সমজিলাৰ অন্তৰ্গত দিজু নৈৰ কাষে কাষে মথাউৰি দিয়াৰ ব্যৱস্থা নাই যদিও অন্য প্ৰকাৰে বান ৰোধৰ চিন্তা কৰা হৈছে। তেওঁ লগতে ক্ষতিগ্রস্ত জনসাধাৰণক সকলো ধৰণৰ সহায় ...