July 5, 2026 11:35 AM

views 31

নগাঁও জিলা ভিত্তিক আন্তঃ বিদ্যালয় ফুটবল প্রতিযোগিতা মন্ত্রী পীযুষ হাজৰিকাই আনুষ্ঠানিকভাবে উদ্বোধন কৰে

নগাঁও জিলা ভিত্তিক আন্তঃ বিদ্যালয় ফুটবল প্রতিযোগিতা কালিৰে পৰা নগাঁও চহৰৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্রী পীযুষ হাজৰিকাই এই প্রতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে। এই প্রতিযোগিতাত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ২৪টা দলে অংশগ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে শাৰীৰিক গঠন আৰু মানসিক উৎকর্ষ সাধনৰ বাবে খেল অতি গুৰুত্বপূর্ণ। বিভিন্ন ক্রীড়াই মানসিক দৃঢ়তা শক্তিশালী কৰে বুলি উল্লেখ কৰি তেওঁ সকলোকে ক্রীড়াৰ সৈতে জড়িত হৈ ইতিবাচক চিন্তাধাৰাৰে আগবাঢ়ি যোৱাৰ ...