July 13, 2024 8:53 PM

views 30

নগাঁও জিলাৰ ৰহাত নির্মীয়মাণ জোঙাল বলহু পর্যটন ক্ষেত্র পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নগাঁও জিলাৰ ৰহাত প্ৰায় ৫০ কোটি টকা ব্যয় সাপেক্ষে নির্মীয়মান জোঙাল বলহু পর্যটন ক্ষেত্র আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰীয়ে বিগত দুবছৰৰ আগতে আৰম্ভ কৰা পৰ্যটন ক্ষেত্ৰখনৰ প্ৰথম পৰ্যায়ৰ কাম অহা বছৰতে সমাপ্ত হ'ব বুলি সংবাদ মাধ্যমৰ আগত মতপ্ৰকাশ কৰে। তিৱা জনগোষ্ঠীৰ বৰ্ণাঢ্য সংস্কৃতিক বিশ্ববাসীৰ সন্মুখত প্ৰদৰ্শন কৰাৰ বাবে এই প্ৰকল্পত আৰু কি কি উপাদান সংযোগ কৰিব পৰা যায়। এই বিষয়ে মুখ্যমন্ত্রীয়ে তিৱা স্বায়ত্বশাসিত পৰিষদৰ নেতৃবৰ্গৰ সৈতে আলোচনা কৰে বুলিও...