August 21, 2026 8:26 PM

views 30

নতুন দিল্লীত মোবাইল ফোন নির্মাণ আঁচনি মুকলি

কেন্দ্রীয় বৈদ্যুতিক আৰু তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত মোবাইল ফোন নির্মাণ আঁচনি এম পি এম এছ মুকলি কৰে। কেন্দ্রীয় কেবিনেটে যোৱা মাহত এই আঁচনিৰ বাবে বাজেটত প্রায় ৬২ হাজাৰ ৫০০ কোটি টকা আবণ্টনৰ প্রস্তাৱত অনুমোদন জনাইছিল। আঁচনি মুকলি কৰি সংবাদ মাধ্যমক উদ্দেশ্যি দিয়া ভাষণত শ্রীবৈষ্ণৱে এই আঁচনি এক এপ্রিল ২০২৬ৰ পৰা কাৰ্যকৰী হৈছে বুলি জানিবলৈ দিয়ে। আঁচনিৰ সময়সীমা ২০২৬-২৭ৰ পৰা ২০৩০-৩১ লৈ মুঠ ৫ বছৰৰ বাবে ধাৰ্য কৰা হৈছে বুলিও তেওঁ লগতে প্রকাশ কৰে। এই আঁচনিৰ জৰিয়তে মোবাইল ফোন উৎপাদনৰ...