February 21, 2025 12:19 PM
169
আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস
আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস। ইউনেস্কোৱে ১৯৯১ চনৰ ১৭ নৱেম্বৰত দিয়া প্ৰস্তাৱ অনুসৰি ভাষিক-সাংস্কৃতিক বৈচিত্ৰ্য আৰু বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ২১ ফেব্ৰুৱাৰীৰ দিনটো আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিনটোতে পশ্চিম পাকিস্তান চৰকাৰে পূব পাকিস্তান বৰ্তমানৰ বাংলাদেশৰ মাতৃভাষা বাংলাৰ পৰিৱৰ্তে উর্দু ভাষা প্ৰচলনৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ গুলীচালনাত ছাত্রকর্মী শ্বহীদ হৈছিল। এই দিনটোৰ স্মৰণতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই গ্ৰহণ কৰা প্ৰস্তাৱ অনুযায়ী ২০০০ চ...