July 30, 2026 7:55 PM
6
মৰিগাঁওত লোকপিয়ল ২০২৭ৰ প্ৰস্তুতিমূলক কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ৰ প্রশিক্ষণ আৰম্ভ
লোকপিয়ল ২০২৭ৰ প্ৰস্তুতিমূলক কাৰ্যসূচীৰ অংশ হিচাপে আজি মৰিগাঁও নগৰ চাৰ্জ কাৰ্যালয়ৰ অধীনত গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰথম পৰ্যায়ৰ তিনিদিনীয়া প্রশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। কাৰ্যসূচীৰ আৰম্ভণিতে মৰিগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা চার্জ বিষয়া মানস প্রতীম বৰুৱাই উদ্বোধনী ভাষণত সফল লোকপিয়ল পৰিচালনাৰ বাবে সঠিক, নির্ভুল আৰু সময়মতে তথ্য সংগ্ৰহত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। ক্ষেত্ৰ প্ৰশিক্ষক জিন্টু কুমাৰ ডেকা আৰু পল্লৱ কুমাৰ নাথে প্রশিক্ষণৰ কাৰিকৰী অধিবেশনসমূহ পৰিচালনা কৰি লোকপিয়লৰ পদ্ধতি, ...