September 6, 2025 10:10 PM

views 32

মৰিগাওঁ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত জিলা উন্নয়ন সমন্বয় আৰু পৰ্যৱেক্ষণ সমিতিৰ উদ্যোগত সভা

মৰিগাওঁ জিলাৰ আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আজি জিলা উন্নয়ন সমন্বয় আৰু পৰ্যবেক্ষণ সমিতি DISHA ৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। স্থানীয় সাংসদ প্রদ্যুৎ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনি আৰু পৰিকল্পনাৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। এই সভাতে বিভিন্ন বিভাগৰ মুৰববীসকলে নিজৰ দায়িত্বত থকা আঁচনিৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰে। পৰ্যালোচনা সভাখনত জিলাখনৰ আয়ুক্তকে ধৰি মৰিগাওঁ জিলা পৰিষদৰ সভানেত্রী, মুখ্য কাৰ্যবাহী বিষয়া, জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, ...